iPhone SE 2020 || Phone লৈ video বনালো কি মজ্জা || থাকি যোৱা ভাতেৰে কি বনালো??

35 Просмотры
Издатель
iPhone SE 2020 || Phone লৈ video বনালো কি মজ্জা || ৰেছিপি ৰাইচ বল || এই দৰে বনাই খাই চাব।

1/ বিলাহী এটা সৰু সৰুকৈ কাটি ললোঁ
2/ পিয়াঁজ দুটা মিহিকৈ কাটি ললোঁ।
3/ পনীৰ সৰুকৈ কাটি ফ্ৰাই কৰি ললোঁ
4/ জিৰা গুৰি , ধনীয়া গুৰি, আৰু জলকীয়া সৰুকৈ কাটি দিলোঁ, সোৱাদ মতে নিমখ দিলোঁ।

সকলো খিনি ভাত খিনিৰ লগত মিলাই ভাল দৰে সানি লৈ লাৰু লাৰু কৈ বনাই ললোঁ ।
আন এখন প্লেটত কণী দুটা ভাঙি লৈ তাত ভাতৰ লাৰু কেইটা ডুবাই ডুবাই ৰিফাইন তেলত ভাঁজি গলো।

আৰু টমেট ছচৰ লগত পৰিৱেশন কৰিলোঁ।
Категория
iphone
Комментарии выключены